আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

- আজিৰে পৰা বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।
- ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত।
- অহা ২৪ জুনলৈ বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।