মহানগৰীত কৰ’নাৰ ভয়াৱহ ৰূপৰ পিছতো ভয় নাই একাংশৰ

- মহানগৰীত কৰ’নাৰ ভয়াৱহ ৰূপ দেখিও বেপৰোৱা মনোভাৱ একাংশ লোকৰ।
- সামাজিক দুৰত্বলৈ পিঠি দি ৰাজহুৱা স্থানত ভীৰ কৰি অহা দেখা গৈছে একাংশ অসচেতন লোকৰ।
- আনলক-১ অৰ শিথিলতাৰ সুযোগ লৈ হাট-বজাৰ,অফিচ-কাছাৰী, বেংক আদিত জনসমাগম।
- অনুৰোধ কৰিও জনসমাগম ৰোধ কৰিব নোৱাৰি বিভিন্ন কাৰ্যালয়,বেংক আদি ৰাজহুৱা প্ৰতিষ্ঠানত শংকিত কৰ্মচাৰী।
- প্ৰশাসনৰ কঠোৰ হস্তক্ষেপ অবিহনে গণসংক্ৰমনৰ আশংকা বিভিন্ন ৰাজহুৱা স্থান তথা সদাব্যস্ত প্ৰতিষ্ঠানত।