গুৱাহাটীৰ নুনমাটিত দিন দুপৰতে হত্যাকাণ্ড

- মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে লোমহৰ্ষক হত্যাকাণ্ড
- নুনমাটি হাইস্কুলৰ সমীপত এই ঘটনা
- আৰমাণ্ড হোম ফাৰ্ণিচিংৰ কৰ্মচাৰীয়ে হত্যা কৰিলে এজন যুৱকক
- হুছেইন আলী নামৰ ব্যক্তিজনে চোকা অস্ত্ৰৰে হানি-খুছি হত্যা কৰে ঋতুপৰ্ণ পেগুক
- দুয়ো প্ৰথমে লিপ্ত হৈছিল তৰ্ক যুদ্ধত
- তাৰপাছত দুয়োৰে মাজত হৈছিল প্ৰচণ্ড মাৰপিট
- মৃত ঋতুপৰ্ণৰ ঘৰ গুৱাহাটীৰ জু-ৰোডত
- পূৰ্বে আৰমাণ্ড হোম ফাৰ্ণিচিংৰ চেলচমেন ৰূপে কৰ্মৰত আছিল ঋতুপৰ্ণ
- নুনমাটি আৰক্ষীয়ে আটক কৰিছে আৰমাণ্ড হোম ফাৰ্ণিচিংৰ মালিক আৰমাণ্ড আলী আৰু কৰ্মচাৰী হুছেইন আলীক
- চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য