Local, Vocal, Global

বিবাহ হৈছে মনালী ঠাকুৰৰ

ভাৰতীয় সংগীতজগতৰ এক জনপ্ৰিয় নাম সংগীতশিল্পী মনালী ঠাকুৰ। মনালী ঠাকুৰৰ এটা নতুন খবৰ প্ৰকাশ হৈছে ছ’চিয়েল মিডিয়াত। তিনিবছৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল বলিউদৰ জনপ্ৰিয় গায়িকা মনালী ঠাকুৰে। পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহ কাৰ্য অনুস্থিত নোহোৱাৰ বাবেই গোপনে ৰাখিছিল এই খবৰটো।শেহতীয়াকৈ মনালী ঠাকুৰে প্ৰকাশ কৰিছে যে তেওঁ বিবাহপাশত আবদ্ধ হোৱা ছ’চিয়েল হৈ গল, লগতে কৈছে যে মোৰ এই বিবাহ সম্পৰ্কে বন্ধুবৰ্গ আৰু চলচিত্ৰ জগতৰ কোনো এগৰাকীয়ে জ্ঞাত নাছিল। এতিয়া ছ’চিয়েল মিডিয়াৰ পোষ্টৰ পৰাহে এই কথা সকলোৰে জ্ঞাত হৈছে। মনালী ঠাকুৰে ছুইজাৰলেণ্ডৰ মাইক ৰিক্টৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।