Local, Vocal, Global

গোলাঘাটত লকডাউন মানিছে সাধাৰণ জনতাই

ৰাজ্য চৰকাৰে ঘোষণা কৰা সপ্তাহিক লকডাউনৰ আজি দ্বিতীয়টো দিন। গোলাঘাটত লকডাউন মানিছে সাধাৰণ জনতাই। সম্পূৰ্ণ দোকান পোহৰ বন্ধ হৈ পৰিছে নগৰখনত । কৰ’ণা আতংকই এতিয়া গোলাঘাটটো  ত্ৰাহিমধুন কৰিছে সাধাৰণ জনতাৰ মাজত। কঠোৰ হৈ পৰিছে গোলাঘাট প্ৰশাসন। ৰাজ্য চৰকাৰৰ শনিবাৰ আৰু দেওবাৰৰ সাপ্তাহিক লকডাউনৰ প্ৰতি সহাঁৰি জনাইছে গোলাঘাটৰ প্ৰতিজন নাগৰিকে।