গোলাঘাটত উদ্ধাৰ আচিনাক্ত মৃতদেহ

- গোলাঘাট ১ নং ভোলাগুৰিত আচিনাক্ত মৃতদেহ উদ্ধাৰ
- ১ নং ভোলাগুৰিৰ ধনশিৰি নদীৰ বুকুত উদ্ধাৰ মৃতদেহটো
- পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো
- মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে ঢেকিয়াল আৰক্ষীক
- বৰ্তমানে উদ্ধাৰ হোৱা নাই মৃতদেহটো
- প্ৰচেষ্টা অব্যাহত ৰাখিছে ঢেকিয়াল আৰক্ষীয়ে
- ৪০-৪৫ বয়সীয়া পুৰুষৰ মৃতদেহ বুলি আৰক্ষীয়ে জানিব দিয়ে যদিও এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো