Local, Vocal, Global

গোলাঘাটত উদ্ধাৰ আচিনাক্ত মৃতদেহ

93
  • গোলাঘাট ১ নং ভোলাগুৰিত আচিনাক্ত মৃতদেহ উদ্ধাৰ
  • ১ নং ভোলাগুৰিৰ ধনশিৰি নদীৰ বুকুত উদ্ধাৰ মৃতদেহটো
  • পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো
  • মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে ঢেকিয়াল আৰক্ষীক
  • বৰ্তমানে  উদ্ধাৰ হোৱা নাই মৃতদেহটো
  • প্ৰচেষ্টা অব্যাহত ৰাখিছে ঢেকিয়াল আৰক্ষীয়ে
  • ৪০-৪৫ বয়সীয়া পুৰুষৰ মৃতদেহ বুলি আৰক্ষীয়ে জানিব দিয়ে যদিও এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো