মুকলি আকাশৰ তললৈ অখিল গগৈ

‘কা’ বিৰোধী আন্দোলনৰ সৈতে জড়িত হৈ কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ অতিশীঘ্ৰে আহিব পাৰে মুকলি আকাশৰ তললৈ । অখিল গগৈক মুকলি কৰি দিবলৈ ভাৰত চৰকাৰক আহ্বান যুক্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ । অখিল গগৈ আৰু দেৱংগনা কলিতাকে ধৰি ‘কা’ বিৰোধী সকলা নেতাক মুকলি কৰি দিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে যুক্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ।
আনফালে অখিল গগৈৰ মুক্তি বিচাৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ১২০০ কয়দীৰ বিদ্ৰোহ । অখিল গগৈৰ লগত অনশনত সহযোগ একাংশ কয়দীৰ ।