Local, Vocal, Global

দেওবাৰে ৰাজ্যৰ সকলো চৰকাৰী কলেজ-বিশ্ববিদ্যালয়ত  মুকলি বিনামূলীয়া wifi

দেওবাৰে ৰাজ্যৰ সকলো চৰকাৰী কলেজ-বিশ্ববিদ্যালয়ত  তৃৱেন্দ্ৰ সিংহ ৰাৱাতে মুকলি কৰে বিনামূলীয়া wifi । ৰাৱাতে কয় যে  উত্তৰাখণ্ড প্ৰথম এনে এখন ৰাজ্য য’ত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে বিনামূলীয়া ইণ্টাৰনেটত সকলো চৰকাৰী কলেজৰ লগতে বিশ্ববিদ্যালয়সমূহত।

তেওঁ কয় ইন্টাৰনেট এনে এটা ডাঙৰ মাধ্যম যাৰ দ্বাৰা কলেজত আৰু বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বৃহৎ পৰিমাণে সহায় হয় তথ্য সংগ্ৰহ কৰাত।

ৰাৱাতে ইয়াৰ জৰিয়তে প্ৰধান মন্ত্ৰী মোদীৰ ডিজিটেল ভাৰতৰ শলাগ লয় আৰু কয় এই ব্যৱস্থাৰ জৰিয়তে পুৰণিক নতুন কৰিব পৰা হ’ব।