Local, Vocal, Global

Former Arunachal MLA Shot Dead By Suspected Militants : অৰুণাচলৰ অৰণ্যৰ মাজত বিজেপি নেতাক গুলীয়াই হত্যা

নিউজ ডেস্ক, ১৭ ডিচেম্বৰ: বিজেপি নেতাক গুলীয়াই হত্যা । উগ্ৰবাদীয়ে জীৱন শেষ কৰিলে বিজেপি নেতাক(Former Arunachal MLA Shot Dead By Suspected Militants) । অৰুণাচলৰ অৰণ্যৰ মাজত বিজেপি নেতাক গুলীয়াই হত্যা । প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা য়েমসেন মাটেক গুলীয়াই হত্যা কৰিলে উগ্ৰবাদীয়ে (Former Arunachal MLA Shot Dead By Suspected Militants Near Myanmar Border)।

ভাৰত-ম্যানমাৰ সীমান্তৰ তিৰাপ জিলাত সংঘটিত হৈছে এই ঘটনাৰ । ভাৰত-ম্যানমাৰ সীমান্তত অৰুণাচল প্ৰদেশৰ বিজেপি নেতাজনে ব্যক্তিগত কামৰ বাবে গৈছিল তিৰাপ জিলালৈ ।

জানিব পৰা মতে, তিনিজন সমৰ্থকক লৈ ৰাহো গাঁৱত উপস্থিত হৈছিল বিজেপি নেতাজনে(Arunachal Pradesh BJP leader abducted, killed by militants) । সেই সময়তে কোনো অজ্ঞাত লোকে জংঘললৈ মাতি নিছিল বিজেপি নেতা য়েমসেম মাটেক । ইয়াৰ পিছতে গুলীয়াই হত্য়া কৰে বিজেপি নেতাজনক । উগ্ৰপন্থীৰ গুলীত ঘটনাস্থলীতে মৃত্যু হয় বিজেপি নেতাজনৰ(Former MLA & BJP poll aspirant shot dead in Arunachal Pradesh) ।

লগতে পঢ়ক : ULFA-I Issues Bold Challenge To DGP GP Singh: DGP জি পি সিঙৰ প্ৰত্যাহ্বান দুই চৰ্ত সাপেক্ষে গ্ৰহণ আলফা স্বাধীনৰ