Local, Vocal, Global

বাঘবৰৰ চৰাঞ্চলত দাক্ষিণাত্যৰ চিনেমাৰ আৰ্হিত শ্বুটিং একাংশ যুৱকৰ

বাঘবৰৰ চৰাঞ্চলত দাক্ষিণাত্যৰ চিনেমাৰ আৰ্হিত শ্বুটিং একাংশ যুৱকৰ

নৈৰ বালিচৰত চিনেমাৰ আৰ্হিত শ্বুটিং ব্যস্ত যুৱকৰ দল

বাঘবৰ আৰু পূব গোৱালপাৰাৰ সীমান্তৰ চৰত মোবাইল কেমেৰাত চিনেমাৰ আৰ্হিত শ্বুটিং ব্যস্ত একাংশ যুৱক

BP Assam Boys নামৰ এটা Youtube গোষ্ঠীয়ে সম্পূৰ্ণ দাক্ষিণাত্যৰ চিনেমাৰ আৰ্হিত কৰিছে একশ্বন চিনেমাৰ শ্বুটিং ।

ব্ৰক্ষ্মপুত্ৰৰ বালিচাপৰিত সম্পূৰ্ণ দাক্ষিণাত্যৰ চিনেমাৰ আৰ্হিত হৈছে মোবাইলেৰে শ্বুটিং*

কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনেই সাধাৰণ স্মাৰ্ট ফোনৰে চলাই গৈছে প্ৰতিটো ভিডিঅ’ ইডিটিং পৰ্যন্ত

ইতিমধ্য এই গ্ৰূপটোৱে এটা ভিডি’অ ই সমাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাত উৎফল্লিত হৈ পৰিছে যুৱকৰ দলটি

দুঃসাহসিক একশ্যনৰ পৰত আহতও হৈছে দুই-এজন ,পিছে অসাধ্য সাধনৰ আনন্দত পাহৰিছে তেনে আঘাট ,দুখ-ভাগৰ

দাৰিদ্ৰতাৰ দৰে প্ৰত্যাহ্বানক হাঁহিমুখে ল’ই বহু আশাৰে যুৱক কেইজনে অহৰহ চলাই গৈছে এনে দুঃসাহসিক কৰ্ম

আগলৈ নিজৰ চেনেলটো আগুৱাই নিয়াৰ শুভাশীষ বিচাৰিছে দলটিৰ প্ৰতিগৰাকী সদস্যই