Local, Vocal, Global

সৰ্বানন্দ সোণোৱালৰ যাত্ৰা আশীৰ্বাদ নহয় অভিশাপ যাত্ৰা

বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য
সৰ্বানন্দ সোণোৱালক কোনে আশীৰ্বাদ দিব ?
এই যাত্ৰা আশীৰ্বাদ নহয় অভিশাপ যাত্ৰা ।
সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীপদৰ কোনো গুৰুত্ব নাই
২০২৬ চনত ৰাইজৰ দলৰ চৰকাৰ হব অসমত