Encounter in Jorabat:যোৰাবাটত নিশা বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰ
নিউজ ডেস্ক,৫ফেব্ৰুৱাৰী : যোৰাবাটত নিশা বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰ(Encounter in Jorabat)৷
বাবু নামৰ এটা দুৰ্ধৰ্ষ বাইক চোৰলৈ আৰক্ষীৰ গুলী৷
নিশা বশিষ্ঠ আৰক্ষীয়ে কৰায়ত্ত কৰিছিল তিনি চোৰক৷
বাবুৱে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতেই গুলীয়াই আৰক্ষীয়ে৷
লগতে পঢ়ক :Delhi assembly election 2025: আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ