Local, Vocal, Global

Delhi assembly election 2025: আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক,৫ফেব্ৰুৱাৰী : আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া(Delhi assembly election 2025)।

মুঠ ১৩,৭৬৬ টা কেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া।

৭০খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া।

১.৫৬ কোটি ভোটাৰে নিৰ্ণয় কৰিব ৬৯৯জন প্ৰাৰ্থীৰ ভাগ্য।

দিল্লীত আছে ৮৩.৭৬ লাখ পুৰুষ,৭২.৩৬ লাখ মহিলা ভোটাৰে।

তৃতীয় লিংগৰ মুঠ ভোটাৰে ১,২৬৭গৰাকী।

লগতে পঢ়ক :Delhi Assembly Elections 2025: কাইলৈ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ