Local, Vocal, Global

দেৱালীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ উপহাৰ

  • কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সিদ্ধান্ত
  • লকডাউনত EMI পৰিশোধ কৰা সকলৰ বাবে চৰকাৰৰ বিশেষ সুবিধা
  • টুইটাৰ যোগে এই কথা প্ৰকাশ জাভডেকাৰৰ
  • ঘূৰাই পাব EMI ৰ ধন
  • EMI নিদিয়া সকলৰ অতিৰিক্ত সুত চৰকাৰে বহন কৰিব
  • দেৱালীৰ পূৰ্বে এই উপহাৰ চৰকাৰৰ