ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২১৫ গৰাকী
- সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,৮৩২ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ২ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৪ হাজাৰ ৩৮৬ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ১৪,৮৯১ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৮৮ হাজাৰ ৫৮৪ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯০৮ গৰাকী লোকৰ
- সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১৪ হাজাৰ ২২৫ গৰাকীৰ স্বোৱাব পৰীক্ষা