দেৱালীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ উপহাৰ
- কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সিদ্ধান্ত
- লকডাউনত EMI পৰিশোধ কৰা সকলৰ বাবে চৰকাৰৰ বিশেষ সুবিধা
- টুইটাৰ যোগে এই কথা প্ৰকাশ জাভডেকাৰৰ
- ঘূৰাই পাব EMI ৰ ধন
- EMI নিদিয়া সকলৰ অতিৰিক্ত সুত চৰকাৰে বহন কৰিব
- দেৱালীৰ পূৰ্বে এই উপহাৰ চৰকাৰৰ