Local, Vocal, Global

দুলীয়াজানৰ টিপলিং নৈত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

  • দুলীয়াজানৰ টিপলিং নৈত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ
  •  চিনাক্ত হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয়
  •  দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো টিপলিং নৈত পেলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ
  • মৃতদেহটোত স্পষ্ট হৈ আছে আঘাতৰ চিন
  • স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
  • এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত