Local, Vocal, Global

যোৰহাটত ড্ৰাগছ সৰবৰাহকাৰীক আটক…

ডিজিটেল ডেস্ক:- যোৰহাটৰ মষ্ট ৱাৰেন্টেড ড্ৰাগছ পেডলাৰ সঞ্জয় সিং সহ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষী জালত।CRPF ৰ লগতে যোৰহাট আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত থকা সময়তে পুনৰ আটক কৰে দুজন ড্ৰাগছ মাফিয়াক।জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় লগত জড়িত আছিল সঞ্জয় সিং নামৰ দুৰ্ধশ ড্ৰাগছ মাফিয়া জন।ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সঞ্জয় সিং নামৰ দুৰ্ধশ ড্ৰাগছ মাফিয়া আৰু কেইবাটাও ড্ৰাগছ পেডলাৰ বিৰুদ্ধে ।এক গোপন অভিযানৰ সময়ত ২১ গ্ৰাম ড্ৰাগছ সহ এখন স্কুটি আৰু যাৱতীয় সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে আটক কৰা ড্ৰাগছ মাফিয়াৰ পৰা।