Local, Vocal, Global

জামুগুৰিহাটত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

ডিজিটেল ডেস্ক:-জামুগুৰিহাটৰ অসম অৰুণাচল সীমান্তৰ ইটাখোলাত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা।আৰক্ষীয়ে জব্দ কৰিছে ৮ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা।ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান।

ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা তহলদাৰি আৰক্ষীৰ দলে জব্দ কৰে ৮ কাৰ্টুনৰো অধিক অবৈধ অৰুণাচলী সুৰা। অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰে অবৈধ সুৰা সৰবৰাহকাৰী।