দলগাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি মৃত্যু এজনৰ

- দৰঙৰ দলগাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি হোৱা সংঘাটত এজনৰ মৃত্যু
- দলগাঁৱৰ বাগিচাকাষ গাঁৱত সংঘটিত মাৰপিটত গুৰুতৰভাৱে আহত বলেন মল্লিক
- GMCH ত গুৰুতৰভাৱে আহত বলেন মল্লিকক ভৰ্তি কৰোৱা হয়
- GMCH ত ভৰ্তি কৰাৰ পিছতেই মৃত্যু হয় বলেন মল্লিকৰ
- এই সন্দৰ্ভত ছজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে দলগাঁও আৰক্ষীয়ে
- ব্যক্তি কেইজন বাগিচাকাষ গাঁৱৰ মনমোহন বিশ্বাস, সুধীৰ নন্দী, ৰঞ্জন নন্দী, শিশু নন্দী আৰু জীৱন নন্দী।