ডবকাৰ চাংমাজিত পাশৱিক কাণ্ড

- ডবকাৰ চাংমাজিত সংঘটিত হৈছে এক জঘন্য ঘটনা৷
- দলৱদ্ধ ধৰ্ষণৰ বলি ১৪ বছৰীয়া নাবালিকা৷
- দলৱদ্ধ ধৰ্ষণত নাবালিকাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ৷
- ঘটনা সংক্ৰান্তত নাবালিকাগৰাকীৰ পৰিয়ালে ডবকা থানাত দাখিল কৰিছে গোচৰ৷
- পৰিয়ালৰ অভিযোগ ডবকা ভেলৌগুৰীৰ চনি গৌড় আৰু উৎপল বৰাসহ এটা দলে মঙলবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগত পিতৃহীনা নাবালিকাগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰে৷
- দলৱদ্ধ ধৰ্ষণ কৰি নাবালিকাগৰাকীক হত্যা কৰে লম্পটকেইটাই৷
- এই ঘটনাই ডবকাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷
- ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে আটক কৰিছে চনু গৌড় নামৰ লম্পটটোক৷