Local, Vocal, Global

জনতা ভৱনত অগ্নিকাণ্ডঃ মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা

মঙ্গলবাৰে দিছপুৰৰ জনতা ভৱনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । সাধাৰণ প্ৰশাসন বিভাগৰ সচিব জি ডি লস্কৰক তদন্তৰ দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰীৰ। জনতা ভৱন চৌহদৰ ভিতৰত তৎকালিন ভাৱে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে এটা ২৪ ঘণ্টাই সক্ৰিয় হোৱাকৈ নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। লগতে জনতা ভৱনৰ প্ৰতিটো ব্লকৰে বিদ্যুৎ ব্যৱস্থাপনাৰ বাবে “Single Switching” ব্যৱস্থা সংস্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ।