Local, Vocal, Global

ডিফুৰ RTI কৰ্মী মোহন ৰংপিক গ্ৰেপ্তাৰ

 

# ডিফু সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে RTI কৰ্মী মোহন ৰংপিক

# কাৰ্বি আংলং জিলা জলসিঞ্চন বিভাগে ৰংপিৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ

# ১৮ জুনত ডিফু সদৰ থানাত এজাহাৰ দাখিল কৰিছিল বিভাগটোৰ অতিৰিক্ত মুখ্য অভিযন্তা জয়বিনন লাঙমাইলায়ে

# RTI কৰ্মীজনৰ বিৰুদ্ধে ৰুজু হৈছিল 120B/448/353/387/406/420/506 ধাৰাত গোচৰ

# ডিফু সদৰ থানাত ৰুজু হোৱা গোচৰটোৰ পঞ্জীয়ন নম্বৰ ১১৯/২০২০

# ৰুজু হোৱা উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে RTI কৰ্মী মোহন ৰংপিক

# ধনদাবীকে ধৰি আন বহুকেইটা অভিযোগ তুলি RTI কৰ্মীজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ