- শিৱসাগৰৰ নাজিৰাত ভয়াবহভাবে বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ
- নাজিৰা আৰু শিমলুগুৰি নগৰৰ লগতে মহকুমাটো বিভিন্ন অঞ্চল বৰ্তমান জলমগ্ন
- শিমলুগুৰি নগৰৰ ৮ নং ৱাৰ্ড বৰদুৱাৰমুখৰ মথাউৰিৰ ওপৰেদি বাগৰিল পানী
- হাহাকাৰ পৰিস্থিতি লগতে আতংকিত নাজিৰাবাসী
MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
© 2021 My News NE. All Rights Reserved.