Local, Vocal, Global

বাঘজানৰ আশ্ৰয় শিৱিৰত অঘটন

  • বাঘজানৰ আশ্ৰয় শিৱিৰত থকা এটি শিশুৰ মৃত্যু
  • বাঘজান চাহ বাগিচাৰ বিল লাইন নিবাসী লক্ষ্মণ পাতৰৰ ৩ বছৰীয়া কন্যা আৰুশী পাতৰ মৃত্যু
  • বাঘজান 8 নং কেথলিক চাৰ্চ আশ্ৰয় শিৱিৰত থাকোতেই অচিন ৰোগত আক্ৰান্ত হৈছিল শিশুটি
  • ৫ দিন পূৰ্বে ঘৰলৈ আনি ঘৰৰ পৰাই চিকিৎসা গ্ৰহণ কৰিছিল
  • অৱশেষত আজি শিশুটি মৃত্যুক আকোৱালি ললে