Local, Vocal, Global

ধিঙৰ ৰৌমাৰীৰ পৰা দুটাকৈ বোমা উদ্ধাৰ

ধিঙৰ ৰৌমাৰীৰৰ পৰা দুটাকৈ বোমা উদ্ধাৰ

নগাঁও জিলাৰ ধিঙৰ টুকটুকী সমীপৰ ৰৌমাৰীৰ মাইনুল হক নামৰ এজন লোকৰ ঘৰৰ ধান খেৰৰ মেজিৰ পৰা উদ্ধাৰ হয় দুটাকৈ বোমা।এই ঘটনাক  কেন্দ্র কৰি বৰ্তমানে সমগ্র অঞ্চলটো তে তীব্র চাঞ্চল্য অব্যাহত আচে।

বোমা বিস্ফোৰণৰ পৰা সৌভাগ্য ক্ৰমে ৰক্ষা পৰিল অঞ্চলবাসী।

কিন্তু ঘটনাৰ লগত জড়িত এজনকো আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, যোৱা নিশা নগাঁও আৰক্ষীয়ে এক গোপন সূত্রৰ পম খেদি

বৃহৎ সংখ্যক সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানক লগত লৈ টুকুকীৰ ৰৌমাৰীৰ মাইনুল হক নামৰ লোকজনৰ ঘৰত তালাচী অভিযান চলাই যদিও কোনো ধৰনৰ বোমা উদ্ধাৰ কৰিবলৈ সক্ষম নহল। কিন্তু আজি পুৱা মাইনুলে গৰুক খেৰ দিবৰ বাবে ধানৰ মেজিৰ পৰা খেৰ আনিবলৈ যাওতেই এই বোমা দুটা প্ৰত্যক্ষ কৰি স্থানীয় গাঁও বুঢ়া ৰ লগতে আহোম গাঁও উপ আৰক্ষী চকীত খৱৰ দিয়ে।

পিছত ১০:৩০বজাৰ ঘটনাস্থলীত উপস্থিত হৈ আহোম গাঁও আৰক্ষীয়ে দুটাকৈ বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু মাইনুল হকে তেওঁক ৰৌমাৰীৰ ৰফিকুল, হবিবুৰ,

আজিজুল আৰু চাইফুলে ষড়যন্ত্র মূলক ভাবে এনে কাণ্ড কৰি তেওঁ ক মাটিবাৰীৰ বাবেই ফচোৱা বুলি অভিযোগ কৰিছে। কিন্তু আৰক্ষী ৰ তদন্ততহে পোহৰলৈ আহিব মাইনুল হকৰ ঘৰত কৰ পৰা কেনেকৈ বোমা আহিল। নে মাইনুল কোনো জেহাদি সংগঠন ৰে জডিড়