Local, Vocal, Global

ছিপাঝাৰৰ উচ্ছেদ স্থলীত আৰক্ষীৰ গুলীত নিহত প্ৰতিবাদকাৰী

0 14

দৰঙৰ গৰুখুটি কৃষি প্ৰকল্পৰ উচ্ছেদ স্হলীত উত্তেজনা ৷
যোৱা সোমবাৰে দৰং জিলা প্ৰশাসনে ধলপুৰৰ চাৰি হাজাৰ ৫০০ বিঘা মাটি উচ্ছেদ কৰাৰ লগতে ৭০০ পৰিয়ালক চলাইছিল উচ্ছেদ অভিযান।
আজি পুনৰ ৩ নং ধলপুৰত প্ৰশাসনে উচ্ছেদ চলাবলৈ যাওঁতেই হাজাৰ হাজাৰ বেদখলকৰী ওলাই আহি একত্ৰিত হৈ আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ ।
উচ্ছেদ চলাবলৈ অহা আৰক্ষীৰ দল প্ৰায় ২০০ মিটাৰ দুৰত্বতেই থমকি ৰব লগা হৈছে ।

Leave A Reply

Your email address will not be published.