Local, Vocal, Global

পশ্চিম ধেমাজি ঘূগূহা গাঁও পঞ্চায়ত এটা হৰিণা উদ্ধাৰ

  • পশ্চিম ধেমাজি ঘূগূহা গাঁও পঞ্চায়ত এটা হৰিণা উদ্ধাৰ
  • ঘূগূহা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত পৃথুচাপৰি গাঁওত পুৱা ৫ বজাত উদ্ধাৰ এটা হৰিণা
  • খাদ্য সংকটত পৰা গাঁও মাজলৈ ওলাই আহে গাভিনী হৰিণাটো
  • ৰাইজে উদ্ধাৰ কৰি ধেমাজি বন বিভাগক গতায় দিয়ে হৰিণাটো