Local, Vocal, Global

ওদালগুৰিত ধাৰাবাহিকভাৱে উদ্ধাৰ মাৰাণাস্ত্ৰ

64
  • ওদালগুৰিৰ মাজবাটত পুনৰ উদ্ধাৰ মাৰাণাস্ত্ৰ
  • জিলাখনৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত গজেনপুৰ গাঁৱত উদ্ধাৰ মাৰাণাস্ত্ৰ
  • অসম-অৰুণাচল সীমান্তৰ গভীৰ জংঘলত পুতি ৰখা অৱস্থাত উদ্ধাৰ অস্ত্ৰ খিনি
  • উদ্ধাৰ হোৱা অস্ত্ৰ খিনিৰ ভিতৰত আছে এটা AK56 ৰাইফল, এটা খালী মেগজিন আৰু ১৩ জাই সজীৱ গুলি
  • নিশা ১২ বজাত ওদালগুৰি আৰক্ষী, মাজবাট আৰু ওৰাং আৰক্ষীৰ নেতৃত্বত চলিছিল এই অভিযান
  • অভিযানৰ অন্তত বৃহৎ অস্ত্ৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে