Local, Vocal, Global

মচলাৰ ৰজা হিচাপে পৰিচিত মহাশয় ধৰমপাল গুলাটী আৰু নাই

মচলাৰ ৰজা হিচাপে পৰিচিত মহাশয় ধৰমপাল গুলাটী আৰু নাই। MDH মচলা কোম্পানীৰ স্বত্বাধিকাৰ আছিল মহাশয় ধৰমপাল গুলাটী। হৃদৰোগত আক্ৰন্ত হৈ ৯৮ বছৰ বয়সত দেহাৱসান ঘটে ধৰমপাল গুলাটীৰ। উল্লেখ্য যে কৰোনাত আক্ৰান্ত হৈছিল গুলাটী। পুৱা ৫ বাজি ৩৮ মিনিটত মৃত্যু হয় গুলাটীৰ। ২০১৯ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল মহাশয় ধৰমপাল গুলাটীয়ে।