ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰ

- বিগত ২৪ ঘণ্টাত ৰাজ্যত১৭৩জনৰ দেহত ধৰা পৰিছে কৰোনা
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৫১৯ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২০৮৬৬৬ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৮৩ গৰাকী লোকৰ
- ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১৩১৭১ জনলৈ বৃদ্ধি