Local, Vocal, Global

ৰাজস্থান ৰয়েলছৰ চেতন ছাকাৰিয়াৰ পিতৃ ক’ভিড-১৯ আক্ৰান্ত হয়

ৰাজস্থান ৰয়েলছৰ চেতন ছাকাৰিয়াৰ পিতৃ ক’ভিড-১৯ আক্ৰান্ত হয় । ইয়াৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ আগত কয়,”মই ভাগ্যমান যে কেইদিনমান আগতে ৰাজস্থান ৰয়েলছৰ পৰা মোৰ পাৰিশ্ৰমিক লাভ কৰিলোঁ,সেয়েহে আটাইতকৈ কঠিন সময়ত সেই ধন পোনপটীয়াকৈ ঘৰলৈ ট্ৰান্সফাৰ কৰিছিলোঁ,কিয়নো মই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী । আই পি এলে মোৰ জীৱন সলনি কৰিছে ।” চেতন ছাকাৰিয়া ।