Local, Vocal, Global

দিল্লীবাসীলৈ ভাল খবৰ…

♦️দিল্লীবাসীলৈ ভাল খবৰ
♦️দিল্লীত পুনৰ আৰম্ভ হ’ল মেট্ৰ’ ৰেল সেৱা
♦️পুৱা ৭ বজাৰ পৰা নিশা ৮ বজালৈ অব্যাহত থাকিব এই ৰেল সেৱা
♦️বিগতে ৫ মাহে বন্ধ আছিল দিল্লীৰ মেট্ৰ’ সেৱা
♦️প্ৰতিখন মেট্ৰ’ ৰেলত আছে চেনিটাইজাৰৰ ব্যৱস্থা
♦️ক’ভিডৰ সকলো সাৱধানতা অৱলম্বন কৰি কৰিব পাৰিব যাত্ৰা