স্বাভাৱিক অৱস্থা ঘুৰি আহিলেও দেশত হ্ৰাস পোৱা নাই কৰ’নাৰ ভয়াৱহতা

♦️দেশত ৪২ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা
♦️বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৯০,৮০২ গৰাকী
♦️বৰ্তমানলৈ ভাৰতত কৰ’নাত আক্ৰান্ত ৪২ লাখ ৪ হাজাৰ ৬১৩ গৰাকী
♦️বৰ্তমান ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৮ লাখ ৮২ হাজাৰ ৫৪২ গৰাকী
♦️বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৩২ লাখ ৫০ হাজাৰ ৪২৯ গৰাকী
♦️দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭১ হাজাৰ ৬৪২ গৰাকী