Watch | Darrang District Youth Congress Committee protest: মুখ্যমন্ত্রীৰ পদত্যাগৰ দাবীৰে দৰং জিলা যুৱ কংগ্ৰেছ কমিটিৰ “জোঁৰ সমদল”
গুৱাহাটী: দৰং জিলা যুৱ কংগ্ৰেছ কমিটিৰ “জোঁৰ সমদল”। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ ন্যায়ীক তদন্ত তথা দোষীক কৰায়ক্ত কৰাৰ দাবীত ৰাজপথত এই প্ৰতিবাদী “জোঁৰ সমদল”কার্য্যসূচী ৰুপায়ন কৰে।বিজেপি নেতৃত্বাধীন অসম চৰকাৰ গৃহ বিভাগে জনপ্রতিনিধিক সুৰক্ষা দিব নোৱাৰা আৰু চৰকাৰৰ সম্পূর্ণ ব্যর্থতা উন্মোচন হোৱাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক আদি দাবীৰে প্ৰতিবাদ কৰে।