Local, Vocal, Global

ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৬৪২ গৰাকী
  • শনিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৮১৮ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ১২ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ০০ হাজাৰ ৩৯১ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,৪৪২ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৭১ হাজাৰ ০৮১ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৬৫ গৰাকী লোকৰ
  • শনিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৩ হাজাৰ ১২৯ গৰাকীৰ স্বোৱাব পৰীক্ষা