ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৭৬৯গৰাকী
- বৃহস্পতিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১২৬৩গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৯ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯৮ হাজাৰ ৯৮২ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩০,০৬৭ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৬৯ হাজাৰ ৩৩২ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৪৩ গৰাকী লোকৰ
- বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৫ হাজাৰ ০৪০ গৰাকীৰ স্বোৱাব পৰীক্ষা