Local, Vocal, Global

ভাৰতত ৩১ লাখ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা

♦️ভাৰতত ৩১ লাখ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যাই
♦️বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৬১ হাজাৰ ৪০৮ গৰাকী
♦️বৰ্তমানলৈ ভাৰতত কৰ’নাত আক্ৰান্ত ৩১ লাখ ৬ হাজাৰ ৩৪৮ গৰাকী
♦️সম্প্ৰতি ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৭ লাখ ১০ হাজাৰ ৭৭১ গৰাকী
♦️বৰ্তমানলৈ সুস্থ হৈ উঠিছে ২৩ লাখ ৩৮ হাজাৰ ৩৫ গৰাকী
♦️কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫৭ হাজাৰ ৫৪২ গৰাকী