Local, Vocal, Global

ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ

  •  বিগত ২৪ ঘণ্টাত ৰাজ্যত   ১৬৩ জনৰ দেহত ধৰা পৰিছে কৰোনা
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৩১৩ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে  ২০৮১৮৭ গৰাকী ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৮০ গৰাকী লোকৰ
  • ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১২৪৮৩  জনলৈ বৃদ্ধি