ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ
- বিগত ২৪ ঘণ্টাত ৰাজ্যত ১৬৩ জনৰ দেহত ধৰা পৰিছে কৰোনা
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৩১৩ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২০৮১৮৭ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৮০ গৰাকী লোকৰ
- ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১২৪৮৩ জনলৈ বৃদ্ধি