ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৬৪গৰাকী
- শুক্ৰবাৰৰ দিনটোত ২ গৰাকী ৰোগীৰ মৃত্যু হয়
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩২০৪ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২০৭০২৬ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৭১গৰাকী লোকৰ