Local, Vocal, Global

আজি বিশ্ব দুৰদৰ্শন দিৱস

আজি বিশ্ব দুৰদৰ্শন দিৱস। ১৯৯৬ চনৰ পৰা আজিৰ দিনটো বিশ্ব দুৰদৰ্শন দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰম্ভণিৰে পৰা দুৰদৰ্শনে দৃশ্য শ্ৰব্য মাধ্যম হিচাপে বিশেষ সমাদৰ লাভ কৰিবলৈ সমক্ষ হৈ আহিছে।উল্লেখ যোগ্য যে ১৯৯৬ চনৰ ২১ নৱেম্বৰ দিনটোতে প্ৰথম World Television Forum ৰ স্থাপন হৈছিল।