দেশত ২০ লাখ অতিক্ৰম কৰিলে কৰ’না আক্ৰান্তৰ সংখ্যাই
				- দেশত ২০ লাখ অতিক্ৰম কৰিলে কৰ’না আক্ৰান্তৰ সংখ্যাই
 - এদিনত আক্ৰান্ত ৬২,৫৩৮গৰাকী, মৃত্যু ৮৮৬গৰাকী লোকৰ
 - এইপৰ্যন্ত ভাৰতত মুঠ আক্ৰান্ত ২০,৮৬,৫০৬গৰাকী, মৃত্যু ৪২,৫৬২গৰাকীৰ
 - বিশ্বত এইপৰ্যন্ত সৰ্বমুঠ ১,৯৩,৯৬,৭২০গৰাকী আক্ৰান্ত
 - মৃতকৰ সংখ্যা ৭,২০,২৬২গৰাকীলৈ বৃদ্ধি