Assamese
English
Thursday, April 22, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

বিলুপ্তিৰ গৰাহত আহোম ৰাজত্বকালৰ লাংকুৰী দৌল

MyNews Bureau by MyNews Bureau
August 8, 2020
in Assam, Big Story
0
বিলুপ্তিৰ গৰাহত আহোম ৰাজত্বকালৰ লাংকুৰী দৌল
0
SHARES
10
VIEWS

RelatedPosts

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

বিলুপ্তিৰ গৰাহত লাংকুৰী দেৱতাৰ দৌল

আহোমসকলৰ অন্যতম উপাস্য দেৱতা হ’ল ‘লাংকুৰী দেৱতা’। আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ বিভিন্ন পৰম্পৰাগত উপাস্য দেৱতাৰ লগত লাংকুৰী দেৱতাক মুখ্য স্থান দিছিল। টাই আহোম গণনা অনুসৰি বছৰটোৰ পঞ্চম, দশম আৰু দ্বাদশ মাহত লাংকুৰী দেৱতাৰ পূজা কৰে। কিন্তু পৰিতাপৰ কথা যে বৰ্তমান লাংকুৰী দেৱতাৰ দৌল বিলুপ্তিৰ পথত।  আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানীত স্থাপন কৰা এই লাংকুৰী দেৱতাৰ দৌলৰ এতিয়া বাকী আছে কেৱল ভগ্নাৱশেষ। চৰাইদেউ পৰ্বতৰ প্ৰায় ১৫০ মিটাৰমান ওপৰত নিৰ্মাণ কৰা এই লাংকুৰী দৌলৰ ডিম্বাকৃতিৰ ভগ্নাৱশেষ মাটিৰে পোত খাই থকাৰ লগতে দৌলৰ ইটা-শিল আদি য’ত-ত’ত সিঁচৰতি হৈ পৰি থকাহে পৰিলক্ষিত হৈছে। সমান্তৰালকৈ চৰাইদেউত স্থাপন কৰা আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানীৰ কাষতে থকা বহু পুৰণি কীৰ্তিচিহ্ন তথা উপাসনাস্থলী ধ্বংসৰ গৰাহত। দেওঁশালত অৱস্থিত শিলৰ চালপিৰাখনো দুফাল হৈ হাবিৰ মাজত পৰি ৰোৱাহে পৰিলক্ষিত হৈছে। এচাম সমাজবিৰোধী চক্ৰই এই স্থানসমূহৰ মাটি বেদখল কৰি চাহ বাগিচা স্থাপন কৰাও পৰিলক্ষিত হৈছে। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ফলত বেদখলকাৰীৰ কৱলত পৰিছে আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানীৰ অৱশিষ্ট। সময় থাকোতেই যদি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ঐতিহ্য সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে কালৰ বুকুত হেৰাই যে যাব সেয়া নিশ্চিত হৈ পৰিছে।

Previous Post

দেশত ২০ লাখ অতিক্ৰম কৰিলে কৰ’না আক্ৰান্তৰ সংখ্যাই

Next Post

চাবুৱাত অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদ

MyNews Bureau

MyNews Bureau

Related Posts

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ
Assam

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ
COVID-19

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত
COVID-19

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021
মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা
Assam

মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

April 20, 2021
অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত নাই কোনোধৰণৰ ক’ভিড সতৰ্কতা
Assam

অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত নাই কোনোধৰণৰ ক’ভিড সতৰ্কতা

April 20, 2021
বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা
Assam

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা

April 20, 2021
Next Post
চাবুৱাত অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদ

চাবুৱাত অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদ

চাবুৱাত অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদ

চাবুৱাত অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদ

Stay Connected

  • 320.4k Fans
  • 116 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021
মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

April 20, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.