Local, Vocal, Global

অসমৰ পিছতেই ক’ভিডত দ্বিতীয় স্থানত আছে মিজোৰাম

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ পিছতেই ক’ভিডত দ্বিতীয় স্থানত আছে মিজোৰাম
৮ নৱেম্বৰ, আইজলঃ যদিও মিজোৰামত দৈনিক ক’ভিড-১৯ ৰ ৰোগী হ্ৰাস পাইছে, ৰাজ্যখনৰ মুঠ সংক্ৰমণৰ সংখ্যাই মণিপুৰক অতিক্ৰম কৰি উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে ।

মিজোৰামৰ মুঠ সংক্ৰমণ যোৱা ২৪ ঘণ্টাত যোৱা ২৪ ঘণ্টাত ৫০৮ জনকৈ ব্যক্তি নতুনকৈ কোভিড -১৯ত আক্ৰান্ত হয়।উত্তৰ-পূৱৰ ৮ খন ৰাজ্যত সংক্ৰমণৰ হাৰ ৬৩.৭৪ লৈ বৃদ্ধি পাইছে। বৰ্তমান মিজোৰামত ক’ভিডৰ সংখ্যা ৪৪৪লৈ বৃদ্ধি পাইছে।