- শনিবাৰে ৰাজ্যত এদিনত সৰ্বাধিক ২৪৯ গৰাকী কৰ’নাত আক্ৰান্ত।
- এই পৰ্যন্ত অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ৫,২৫৫ গৰাকীলৈ বৃদ্ধি।
- ৩,২০২ গৰাকী আৰোগ্য, সক্ৰিয় ৰোগীৰ সংখ্যা ২,০৪১ গৰাকী,১২ গৰাকীৰ মৃত্যু।
MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
© 2021 My News NE. All Rights Reserved.