Local, Vocal, Global

লখিমপুৰত ড্ৰাগছ সহ আটক দুজন বেপাৰী

  •  লখিমপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা
  •  নাওবৈচাত চলিল আৰক্ষীৰ অভিযান
  • আৰক্ষীয়ে উচ্ছেদ কৰিলে ড্ৰাগছৰ ঘাটি
  • অভিযানত ড্ৰাগছ সহ আটক দুজন
  • লখিমপুৰ সহ আৰক্ষী বিষয়া প্ৰনৱ কুমাৰ পেগু আৰু নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত নাথৰ নেতৃত্বত চলিছিল অভিযান
  • অভিযানত AS 07J 9523 নম্বৰৰ এখন Honda Activa উদ্ধাৰ
  • অভিযানত নিপন কুমাৰ দাস আৰু শোভাঞ্জল দাস নামৰ দুজন ড্ৰাগছ বেপাৰীক আটক কৰে