মহানগৰীত গণ সংক্ৰমণৰ আশংকা
- মহানগৰীৰ ৰূপনগৰ ৰূপালী পথত চাঞ্চল্য
- ৰূপালী পথত গণ সংক্ৰমণৰ আশংকা
- কভিড পজিটিভ পোৱা গৈছে ১১ মহীয়া এটি শিশুক
- গৃহ নং 14 (A)ত আশ্রয় লৈ আছিল ৰাজস্থানৰ পৰা অহা এগৰাকী মহিলা আৰু তেখেতৰ ১১ মহীয়া কণমানিটো
- স্থানীয় লোকৰ মতে ঘৰটোৰ মালিকনী কালি লাচিত নগৰস্থিত হনুমান মন্দিৰলৈ গৈছিল
- মন্দিৰটো চোৱা চিতা কৰিছিল তেওঁলোকে
- তেখেতৰ এগৰাকী ছোৱালীয়ে ঘৰতে বহুকেইগৰাকী ছাত্র-ছাত্রীক টিউচন কৰিছিল
- তেখেতৰ ঘৰত আলহী হিচাপে থকা সম্পর্কীয় গৰাকীৰ ১১ মহীয়া শিশুটো কভিড পজিটিভ পোৱাৰ পিছত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল
- Containment Zone হিচাপে ঘোষণা কৰা হৈছে সমগ্র ৰূপালী পথ
- মাতৃৰ সৈতে ১১ মহীয়া কণমানিটো বিমানযোগে আহিছিল ৰাজস্থানৰ পৰা।
- Swab Test কৰোৱাৰ সময়ত কণমানিটোৰ নাছিল কোনো কৰ’নাৰ লক্ষণ।
- সম্ভৱত বিমানবন্দৰত লোৱা হৈছিল suwab টেষ্ট।
- মাতৃৰ নাম অমৃতা পাণ্ডে।
- কণমানিটোৰ সৈতে মাতৃকো চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।