Local, Vocal, Global

মহানগৰীত গণ সংক্ৰমণৰ আশংকা

  • মহানগৰীৰ ৰূপনগৰ ৰূপালী পথত চাঞ্চল্য
  • ৰূপালী পথত গণ সংক্ৰমণৰ আশংকা
  • কভিড পজিটিভ পোৱা গৈছে ১১ মহীয়া এটি শিশুক
  • গৃহ নং 14 (A)ত আশ্রয় লৈ আছিল ৰাজস্থানৰ পৰা অহা এগৰাকী মহিলা আৰু তেখেতৰ ১১ মহীয়া কণমানিটো
  • স্থানীয় লোকৰ মতে ঘৰটোৰ মালিকনী কালি লাচিত নগৰস্থিত হনুমান মন্দিৰলৈ গৈছিল
  • মন্দিৰটো চোৱা চিতা কৰিছিল তেওঁলোকে
  • তেখেতৰ এগৰাকী ছোৱালীয়ে ঘৰতে বহুকেইগৰাকী ছাত্র-ছাত্রীক টিউচন কৰিছিল
  • তেখেতৰ ঘৰত আলহী হিচাপে থকা সম্পর্কীয় গৰাকীৰ ১১ মহীয়া শিশুটো কভিড পজিটিভ পোৱাৰ পিছত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল
  • Containment Zone হিচাপে ঘোষণা কৰা হৈছে সমগ্র ৰূপালী পথ
  • মাতৃৰ সৈতে ১১ মহীয়া কণমানিটো বিমানযোগে আহিছিল ৰাজস্থানৰ পৰা।
  • Swab Test কৰোৱাৰ সময়ত কণমানিটোৰ নাছিল কোনো কৰ’নাৰ লক্ষণ।
  • সম্ভৱত বিমানবন্দৰত লোৱা হৈছিল suwab টেষ্ট।
  • মাতৃৰ নাম অমৃতা পাণ্ডে।
  • কণমানিটোৰ সৈতে মাতৃকো চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।