Local, Vocal, Global

ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যা ৩ লাখলৈ বৃদ্ধি

CORORNA BREAKING

 

  • কৰ’নাত বিশ্বজুৰি মৃত্যুৰ সংখ্যা ৪ লাখ ২৪ হাজাৰলৈ বৃদ্ধি
  • এতিয়ালৈকে ৭৬ লাখ লোক আক্ৰান্ত হৈছে কৰ’নাত
  • যুক্তৰাষ্ট্ৰত সৰ্বাধিক ২১ লাখ আক্ৰান্ত কৰ’নাত
  • আক্ৰান্তৰ লেখেৰে ব্ৰাজিল আৰু ৰাছিয়াৰ পিছতে ভাৰত ৪ৰ্থ স্থানত
  • ভাৰতত এতিয়ালৈ প্ৰায় ৩ লাখ আক্ৰান্ত, ৮,৫০০ লোকৰ মৃত্যু
  • ভাৰতত আৰোগ্য লাভ কৰিছে ১,৪৭,১৯৫গৰাকী কৰ’না আক্ৰান্তই
  • বৰ্তমান ভাৰতত আছে ১,৪২,৫৮৭গৰাকী কৰ’না আক্ৰান্ত লোক
  • মৃতকৰ লেখেৰে ব্ৰিটেইন ২য়, ব্ৰাজিল ৩য় স্থানত
  • ব্ৰিটেইনত ৪১,২৭৯গৰাকী, ব্ৰাজিলত ৪১,০৫৮গৰাকীৰ মৃত্যু