Local, Vocal, Global

৭ জনলৈ বৃদ্ধি ৰাজ্যত কৰ’নাত মৃত্যুৰ সংখ্যা

9
  • ৰাজ্যত কৰ’না আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা বৃদ্ধি
  • শিলচৰ মেডিকেল কলেজত মৃত্যু এগৰাকী মহিলাৰ
  • মৃত মহিলা গৰাকীৰ নাম ৰাণী দাস
  • দিল্লীৰ পৰা আহি কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল মহিলাগৰাকী
  • মহিলা গৰাকী কৰ্কট ৰোগতো আক্ৰান্ত আছিল
  •  ৫৭ বছৰীয়া মহিলা গৰাকীৰ ঘৰ হাইলাকান্দিত

Comments are closed, but trackbacks and pingbacks are open.