৭ জনলৈ বৃদ্ধি ৰাজ্যত কৰ’নাত মৃত্যুৰ সংখ্যা

- ৰাজ্যত কৰ’না আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা বৃদ্ধি
- শিলচৰ মেডিকেল কলেজত মৃত্যু এগৰাকী মহিলাৰ
- মৃত মহিলা গৰাকীৰ নাম ৰাণী দাস
- দিল্লীৰ পৰা আহি কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল মহিলাগৰাকী
- মহিলা গৰাকী কৰ্কট ৰোগতো আক্ৰান্ত আছিল
- ৫৭ বছৰীয়া মহিলা গৰাকীৰ ঘৰ হাইলাকান্দিত